Niharika Senapoti 16 Nov 2025 आलेख अन्य যাতনা 9526 0 Other :: Other
যাতনা জীৱন পৰিছো ভাগৰি দিবানে আহি তুমি সহাঁৰি।নিভাঁজ প্ৰেমৰ আলসুৱা মৰম বুকুতে বয়। উতলোৱা মনে তোমাৰ কথাকে কয়। নাহিবা তুমি সোঁৱৰণি হৈ আহাচোন এবাৰ জীয়া সপোন হৈ।
Login to post a comment!
...