Niharika Senapoti 14 Nov 2025 कविताएँ अन्य পল 5936 0 Other :: Other
পলে পলে উৰি যায়
সময়ৰ ডেউকা,
স্মৃতিয়ে সাঁচি ৰখা
জীৱনৰ ধূসৰপৃষ্ঠা।
আজন্ম প্ৰেমিকৰ হৃদয়ে
আজিওঁ উচুপে
শৰতৰ সুবাসে হৃদয়ত,
বিষাদৰ ডকা বান্ধে
বেদনাৰ চকুলো
দুই নয়নত উপচি পৰে।