Niharika Senapoti 14 Nov 2025 कविताएँ प्यार-महोब्बत আজন্ম প্ৰেম 6718 0 Hindi :: हिंदी
আকৌ প্ৰেমত পৰিম আকৌ প্ৰেমত পৰিম আহিবা হাতে হাত ধৰি আগুৱাই যাম, দূৰ দিগন্তলৈ....... কোনো বান্ধোন নাথাকে থাকিব মাথো প্ৰতিশ্ৰুতি দুয়ো আজন্ম প্ৰেমিক হোৱাৰ।
Login to post a comment!
...