Niharika Senapoti 20 Nov 2025 कविताएँ अन्य অদৃশ্য 6755 0 Other :: Other
মোৰ আশাবোৰ নামি আহে বিশাল আকাশৰ বৰষুণ হৈ, মোৰ সপোন বোৰে খেলে সাগৰৰ ঢৌৰ দৰে। শুব বিচাৰো শুভ্ৰ ডাৱৰৰ কোলাত বুকুত সাৱতিব বিচাৰোঁ অকলশৰীয়া জোনটিক। প্ৰচণ্ড ধুমুহাকো মোৰ প্ৰতিবাদী উশাহত লব বিচাৰোঁ। অদৃশ্য হব বিচাৰো বতাহৰ দৰে।