Niharika Senapoti 15 Nov 2025 कविताएँ अन्य নীলা 5151 0 Other :: Other
মনৰ সপোনবোৰেও কেতিয়াবা আকাশৰ নীল ৰঙীৰ সাজ পিন্ধি লয়, বহুত ভাল পাওঁ আকাশৰ বিশালতা। বিশাল আকাশৰ বুকুতে চপৰা বন্ধা ঘন ক'লা ডাৱৰৰ মাজত, নিজেই হেৰাই যাওঁ আৰু কেতিয়াবা নিজকে, নতুন ৰূপত সজাই তুলো। নীলা ৰঙেৰে.....