Niharika Senapoti 15 Nov 2025 कविताएँ अन्य আশা 5785 0 Other :: Other
শেষতেই আৰম্ভ হয় জীৱনৰ জখলা আশাৰ ৰেঙনি সৃষ্টিৰ নৱ বতৰা হেতা পৰা দুটি ওঠঁত থাকে ক'ত যে পাইয়ো হেৰুৱাৰ অলেশ বেদনা। পুৱাৰ শেৱালীৰ সুবাসে ভঙা হৃদয়ত সিঁচি দিয়েহি প্ৰেমৰ বতৰা নিয়ঁৰৰ কণা আজি দুচকুত জিলিকে শুনি যুজাৰু জীৱনৰ ব্যথা।