Kakali Mazumder 30 Mar 2023 कविताएँ प्यार-महोब्बत #প্ৰতাৰণা #google #yahoo #Assamesepoeam #KakaliMazumdar #কাকলিমজুমদাৰ #प्यार #इश्क #बेवफा #dhoka #bewafa #love #poem #sahity #trending #viral #instagram #facebook #Whatsapp 14876 0 Hindi :: हिंदी
প্ৰতাৰণা ভাল লাগিছিল মোৰ তোমাৰ সেই শিশুসুলভ মিঠা হাহি ভাল লাগিছিল মোৰ তোমাৰ লগত কটোৱা সেই মধুৰ স্মৃতি... নাজানো... কিয় তোমাক ইমান ভাল পাইছিলোঁ...।। পাহৰি গৈছিলোঁ অতীত দেখিছিলোঁ সপোন বৰ্তমান আৰু ভৱিষ্যতৰ... কিন্তু, সেই বর্তমানেই ভৱিষ্যতৰ কাল হ'ব সেয়া আছিল অগোচৰ...।। অলেখ সপোন দেখুৱাইছিলা তুমি মধুৰ হ’বলৈ আমাৰ ভালপোৱা...। সময়ৰ সোঁতত উটি-ভাহি পাহৰি গ'লা সকলো কথা... তোমাক সঁচাকৈ ভালপোৱাৰ প্রতিদান এয়া.... মিঠা সপোনৰ আঁৰৰ এখনি সঁচা ছবি যাৰ নামেই প্ৰতাৰণা...।। ✍️ কাকলি মজুমদাৰ